What is GSTIN Number ? GSTIN কি ?
- What is GSTIN Number ?
- GSTIN কি ?
- GSTIN ৰ সম্পৰ্ন নাম হল GST identification number.GST টো 15 অংকৰ হয় । তাৰে প্ৰথম দুটা অংক ৰাজ্যৰ code হয় যেনে যিখন ৰাজ্যত GSTIN Registration কৰা হয় সেইখন ৰাজ্যৰ code হব । আৰু মাজৰ 10 টা অংক PAN Number হয় যাৰ নামত GST Registration কৰা হয় তেওঁৰ PAN Number হব শেষত আৰু এটা সংখ্যা হয় যিটো PAN Number ৰ চাৰিটাৰ সংখ্যাৰ ভিতৰত যিকোনো এটা সংখ্যা বাছিলোৱা হয় ।তাৰ পিছত আৰু এটা সংখ্যা গতানুগতিক লোৱা হয় যেনে "Z" আৰু শেষৰ এটা সংখ্যা আনুমানিক যিকোনো দিয়া হয় ।
0 Comments