Types of GST Item wise Rate
GST RATE Product Wise কিমান প্ৰকাৰ ?
- বৰ্তমান সময়ত যদি আমি কবলৈ যাও পাচঁ ধৰনৰ Tax বা GST RATE বস্তুৰ ওপৰত লগোৱা হৈছে ।
- যেনে -১/ শাক-পাচলি, কণী,গাখীৰ আদি বস্তুৰ ওপৰত Tax বা GST Rate 0 %
- ২/ চেনি,মশলা,চাহ পাত আদি বস্তুৰ ওপৰত Tax বা GST Rate 5 %
- ৩/ Mobile Phone,Computer আদি বস্তুৰ ওপৰত Tax বা GST Rate 12 %
- ৪/ Bag,School Bag,Telephone আদি বস্তুৰ ওপৰত Tax বা GST Rate 18 %
- ৫/ Ac,Cement Luxury Items আদি বস্তুৰ ওপৰত Tax বা GST Rate 28 %


0 Comments