Header Ads Widget

Responsive Advertisement

Ticker

10/recent/ticker-posts

কি যোগ্যতা লাগিব এই Tally.erp 9 Course complete কৰি কাম কৰিবৰ বাবে ?

 3. Qualification For Tally.erp 9 Course?

* কি যোগ্যতা লাগিব এই Tally.erp 9 Course লৈ কাম কৰিবৰ বাবে  ?


* মই  Arts ৰ ছাত্ৰ বা ছাত্ৰী হও ,গতিকে মই   Tally.erp 9 Course শিকিব পাৰিমনে  ?

* মোৰ Commerce ৰ বিষয়ে অলপো অভিজ্ঞতা নাই , গতিকে মই Tally.erp 9 Course শিকিব পাৰিমনে  ?

*মই Computer  Operator হও , গতিকে মই Tally.erp 9 Course শিকিব পাৰিমনে  ?

* মই 10th বা  12th পাচঁ কৰিছো গতিকে মই Tally.erp 9 Course শিকিব পাৰিমনে  ? 


এতিয়া আহো আমি মূল প্ৰশ্নলৈ যে , কোনে কোনে  Tally.erp 9 Course টো শিকিব পাৰিব । আৰু Course টো শিকিবলৈ হলে কি Qualification লাগিব ।

COMMERCE STUDENT :  ইয়াত আমি কবলৈ গৈ আছো Commerce পঢ়া  ছাত্ৰ-ছাত্ৰীৰ বাবে এই Course টো বহুত সহজ হয় ।কাৰন Commerce পঢ়া  ছাত্ৰ-ছাত্ৰীসকলক একান্টৰ বিষয়ে পঢ়োৱা হয় সেইবাবে Commerce পঢ়া  ছাত্ৰ-ছাত্ৰীসকৰ Tally.erp 9 Course ৰ বিষয়ে কাম কৰিবলৈ সহজ হয় । যিহেতু এই Course টো Accounts ৰ লগত উতপ্ৰোতভাৱে জড়িত ।

COMPUTER KNOWLEDGE:  যদি আপোনি Arts লৈ পঢ়াশুনা কৰিছে কিন্তু আপোনাৰ  Computer ৰ বিষয়ে ভাল অভিজ্ঞতা  আছে ।  তেনেহলে আপোনি এই Course টো কৰিব পাৰিব ,আৰু এটা কথা যে  COMPUTER OPERATE  কৰাত আপোনাৰ যিমান বেছি অভিজ্ঞতা আছে , সিমান সোনকালে আৰু সহজ ভাৱে আপোনি এই Course লৈ কাম কৰিব পাৰিব ।

উদাহৰন হিচাপে যদি আমি কবলৈ যাও যেনে 

* Typing Speed: যদি আপোনাৰ Typing Speed বহুত ভাল  তেনেহলে আপোনি এই Course ত বহুত সোনকালে আৰু বহুত সহজভাৱে সফল হব পাৰিব ।

* 12th Pass: যদি আপোনি Commerce লৈ পঢ়াশুনা কৰিছে  তেনেহলে আপোনাৰ এই Course  কৰাটো বহুত দৰকাৰ কাৰন এইটো এটা ভাল Career হোৱাটো নিশ্চত । যদি আপোনি Commerce লৈ পঢ়াশুনা কৰা নাই তথাপিও আপোনি এই Course কৰি ভাল এটা Career বনাব পাৰিব কিন্তু আপোনাক অলপ বেছি  কষ্ট কৰিব লাগিব ।

* Diploma in Tally.erp9 যদি আপোনি Tally.erp 9 Course ৰ Basic Course কৰিছে তেনেহলে আপোনাৰ Advance Course টোও কৰিব লাগিব আৰু লগতে আপোনি Certificate টোও লৈ লব কাৰন যদি আপোনাৰ কোনো কোম্পানীত চাকৰি হয় তেনেহলে আপোনাৰ Certificate টোও দিব লাগিব ।

                                            ************************

অহা পোষ্টত আমি এই Course ৰ  Benefits বা উপকাৰিতাৰ বাষয়ে জানিম যে আমি এই Course কৰাৰ পিছত চাকৰি কত কত পাম আৰু কিমান টকা মাহত পাবলৈ সক্ষম হম ইত্যাদি ।





Post a Comment

0 Comments