Header Ads Widget

Responsive Advertisement

Ticker

10/recent/ticker-posts

Benefits of learning Tally.erp9

 4. Benefits of learning Tally.erp9 

Tally.erp9 শিকাৰ সুবিধা সমূহ 


BEST JOB OPTION: আপোনি Tally.erp9 শিকাৰ পিছত আপোনাৰ বহুতো ভাল কামৰ সুবিধা আহিব । যেতিয়াৰ পৰা GST(Goods and Services Tax) (কৰ) যেতিয়াৰ পৰা আৰম্ভ হৈছে তেতিয়াৰ পৰা Tally Operator ৰ কাম বহুত বাঢ়িবলৈ ধৰিছে । আপোনি এই Course টো কৰাৰ পিছত আপোনি বহুত সহজ ভাৱে আৰু ভাল দৰমহাৰ এটা কাম কৰিব পাৰিব ।

BETTER MONTHLY INCOME:যদি আপোনি Computer Operator হয় তেনেহলে আপোনি বহুত কম দৰমহা পাব কিন্তু যদি আপোনি  Tally.erp9 Course ত ভাল অভিজ্ঞতা সম্পন্ন হয় তেনেহলে আপোনি Accounts ৰ কাম কৰি মাহত ভাল  Income কৰিব পাৰিব ।

গতিকে ,আপোনালোকক Tally.erp9 Course ৰ লগত সম্বন্দ সকলোবোৰ  Basic কথা আলোচনা কৰিলো । আশা কৰিছো যে আপোনালোকে ভালদৰে বুজি পাইছে আৰু যদি ভালদৰে বুজি পাইছে তেনেহলে আমাৰ WEBSITE টো FOLLOW কৰিব যাতে আমি আৰু পোষ্ট দিবলৈ সক্ষম হও । আৰু কাৰোবাৰ যদি কিবা কবলগীয়া থাকে তেনেহলে আমাৰ WEBSITE ত আমাৰ Whats'app  গ্ৰোপ ৰ লিংক দিয়া আছে আপোনালোকে আমাৰ Whats'app গ্ৰোপত Add হৈ আপোনালোকে Tally.erp9 Course ৰ জড়িত যিকোনো প্ৰশ্ন কৰিব  পাৰে আৰু আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ  শ্ৰেষ্টা কৰিম।

                                                                            ***


Post a Comment

0 Comments