Header Ads Widget

Responsive Advertisement

Ticker

10/recent/ticker-posts

WHAT IS FINANCIAL YEAR ?🤔FINANCIAL YEAR কাক কয় ?👇

👉WHAT IS FINANCIAL YEAR ?🤔
 আমি এই পোষ্টত শিকিম যে FINANCIAL YEAR কাক কয় ?👇
👩‍🏫👩‍💻 যেনেকৈ ইংৰাজী নৱবৰ্ষ আৰম্ভ হয় 1ST JANUARY আৰু শেষ হয় 31 DECEMBER ত !
FINANCIALL YEAR BEGINGS FROM 👇👇👇👇

👉ঠিক তেনেকৈ আমাৰ যিবিলাক মানুহে ব্যৱসায় কৰে । আৰু ডাঙৰ ডাঙৰ কোম্পানীবোৰ আৰু সৰু ডাঙৰ দোকানবোৰৰ হিচাপবোৰ কৰা হয় আৰু তেনেকোৱা কোম্পানী বা দোকানবোৰৰ FINANCIAL YEAR 1 APRIL ৰ পৰা 31MARCH লৈকে বছৰৰ ভিতৰত যিবোৰ হিচাপ কৰা হয় । আৰু ইয়াক FINANCIAL YEAR বুলি কোৱা হয় । উদাহৰন হিচাপে যেনে বৰ্তমান FINANCIAL YEAR আৰম্ভ হৈছে 1st APRIL 2021 আৰু শেষ হব 31 MARCH 2022 গতিকে 2021 আৰু 2022 মিলি হৈছে FINANCIAL YEAR 2021-22.👇

BUSINESS WORK START FROM NEW FINANCIAL YEAR👇👇😍😍

এতেকে ডাঙৰ ডাঙৰ  দোকান বা কোম্পানীবোৰত যিবোৰ হিচাপ কৰা হয় । সেইবোৰ 1st APRIL ৰ পৰা আৰম্ভ হয় 1ST JANUARY ৰ পৰা ধৰা নহয় এটা FINANCIAL YEAR  ত ।
উদাহৰন স্বৰুপে আমি এটা কোম্পানীত কাম কৰো আৰু যোৱা বছৰ কিমান টকাৰ বস্তু কিনিলো তাৰে যদি হিচাপ বা STATEMENT বিছাৰে তেনেহলে আমি 1ST JANUARY ৰ পৰা হিচাপ বা STATEMENT নিদিও আমি যোৱা বছৰৰ 1ST APRIL ৰ পৰা হে হিচাপ বা STATEMENT MAIL কৰিম ।
কাৰন 1ST APRILৰ পৰা  31MARCH লৈকে আমাৰ ব্যৱসায় জগতত যি হিচাপ কৰা হয় তাকে  FINANCIAL YEAR বুলি ধৰা হয় ।
                                             🙏🙏🙏

Post a Comment

0 Comments