1. Accounting কি ?🙇
👉বন্ধু/বান্ধৱী সকল একাউন্ট শব্দটো শুনিবলৈ সৰু জেন লাগিলেও এই Course 📃টো বহুত ডাঙৰ হয় । আৰু এই Course টো Commerce ত পঢ়া ছাত্ৰ-ছাত্ৰী সকলে ভালদৰে বুজি পায়।
Accounting Course টো H. 2nd Year ৰ পৰা আৰম্ভ হয় আৰু অকল Commerce ৰ ছাত্ৰ-ছাত্ৰী সকলক হে শিকোৱা হয় আৰু দুই বছৰ সময় লাগে H. 2nd Year ত Commerce লৈ উৰ্তীণ হবলৈ । H. 2nd Year সম্পুৰ্ন হোৱাৰ পিছত B.com সম্পূৰ্ন কৰিব লাগে আৰু B.com সম্পূৰ্ন কৰিবলৈ তিনি বছৰ সময় লাগে । ইয়াৰ পিছত M.com সম্পূৰ্ন কৰিব লাগে আৰু M.com সম্পূৰ্ন কৰিবলৈ দুই বছৰ সময় লাগে ।
আৰু ইয়াৰ পিছতো Accounting Course টো চলি থাকে ।
মোৰ ফালৰ পৰা Accounting Course ৰ বিষয়ে যিমান খিনি জানিবলগীয়া মই আপোনালোকৰ ওচৰত ব্যক্ত কৰিলো আৰু বহুত আছে Accounting Course ৰ জানিবলগীয়া
গতিকে মই আপোনালোকৰ ওচৰত Accounting ৰ এটা ভাগ TALLY ERP9 ৰ বিষয়ে কবলৈ গৈ আছো । যি Accounting ৰ সহায়ত আমাৰ ব্যৱসায় যেনে আমাৰ সৰু ডাঙৰ COMPANY বা WHOLE -SALE SHOP বিলাকৰ হিচাপবোৰ MAINTAIN কৰা হয় ।


0 Comments