Header Ads Widget

Responsive Advertisement

Ticker

10/recent/ticker-posts

What is Tally ERP9 ?

  2. What is Tally .ERP9 ?👀🙏🙏

*. Tally. ERP9 কি?👼👇

👉আমি ইয়াত জানিম  যে Tally. ERP9 কি ? আৰু Tally. ERP9 ৰ সহায়ত  আমি কি কি কাম কৰিব পাৰো ।

আমি ইয়াৰ আগৰ পোষ্টত জানিছিলো  একাওন্টৰ বিষয়ে যে একাওন্টৰ   বিষয়ে ।   যদি আপোনালোকে মোৰ আগৰ পোষ্টটো দেখা নাই তেনেহলে (1.) নম্বৰ পোষ্টটো চাব পাৰে । Tally. ERP9 ক আচলতে আমাৰ ব্যৱসায় -বাণিজ্য,দোকান-পহাৰ আদিৰ  হিচাপবোৰ কৰাৰ কাৰনে বনোৱা হৈছে । কিন্তু ইয়াক বনোৱাৰ মূল  কাৰন হৈছে আমি আগতে হিচাপবোৰ MENUALত কৰিছিলো আৰু আমাক বহুত সময়ৰ প্ৰয়োজন হৈছিল । কিন্তু এতিয়াৰ সময়ত আমাৰ বিভিন্ন ধৰণৰ SOFTWARE উলোৱাৰ কাৰনে আমাৰ দৈনিক কামবোৰ সহজ হৈ পৰিছে । আৰু তাৰে ভিতৰত Tally .ERP9 এটা হিচাপ কৰিব পৰা  SOFTWARE । আৰু এই SOFTWARE টোক আমি ভিবিন্ন ভাষাৰ সহায়ত ব্যৱহাৰ কৰিব পাৰো আৰু এই SOFTWARE ৰ মূল্যও বহুত হয়। আৰু এই SOFTWARE টো বহুত দেশত ব্য়ৱহাৰ হৈ আছে । আৰু এই SOFTWARE ত এটা বা দুটা নহয় ,এটা SOFTWARE ত একৰ পৰা ৯৯,৯৯৯ টা কোম্পানীৰ হিচাপ ৰাখিব পাৰি ।আৰু এইটো SOFTWARE ত আমি বহুত সহজ ভাৱে আমি কামবোৰ কৰিব পাৰো । আৰু এই SOFTWARE ৰ এনেকোৱা কিছুমান বৈশিষ্ট্য় আছে যাৰ সহায়ত আমি যিকোনো কোম্পানীৰ যিকোনো হিচাপ বা REPORT চাব পাৰি আৰু ভালদৰে পৰিচালনা কৰিব পাৰি ।

আৰু মই অহা পোষ্টত উল্লেখ কৰিম যে Tally. ERP9 ৰ সহায়ত কোম্পানাীৰ হিচাপবোৰ কৰিবৰ কাৰনে আমাৰ কি কি QUALIFICATION থাকিব লাগিব । 

🙏🙏আৰু অৱশেষত আপোনালোকলৈ বিনম্ৰ অনুৰুধ যে মোৰ কি ভূল ভৃান্তি হলে ক্ষমা কৰিব আৰু সম্ভৱ হলে মোক জনাব ।

Post a Comment

0 Comments