Header Ads Widget

Responsive Advertisement

Ticker

10/recent/ticker-posts

TYPES OF ACCOUNTS IN TALLY .ERP9

  •  TYPES OF ACCOUNTS IN TALLY .ERP9
  • ACCOUNTS কিমান প্ৰকাৰ আৰু কি কি  ?
TALLY .ERP9 ত ACCOUNTS ক দুটা ভাগত ভাগ কৰা হয় । 
                                         1/ ACCOUNTS ONLY
                                         2/ ACCOUNTS WITH INVENTORY 
এতিয়া আমি আলোচনা কৰিম যে ACCOUNTS ONLY  কাক কয় আৰু কেতিয়া ব্য়ৱহাৰ হয় ।
আৰু ACCOUNTS WITH INVENTORY কাক কয় আৰু কেতিয়া ব্য়ৱহাৰ হয়। প্ৰথমতে আমি আলোচনা কৰিম  ACCOUNTS ONLY ৰ বিষয়ে গতিকে আমি মূল আলোচনালৈ আহো ।
***********************************************************************************
     1/ ACCOUNTS ONLY  ধৰিলো আমি যিকোনো এটা কোম্পানীৰ পৰা 100000 টকাৰ বস্তু কিনিলো । গতিকে ইয়াকেই ACCOUNTS ONLY বুলি কোৱা হয় । কাৰন ইয়াত কোৱা হৈছে যে আমি কোম্পানীৰ পৰা 100000 টকাৰ বস্তু কিনিলো কিন্তু এইটো কোৱা হোৱা নাই যে আমি 100000 টকাৰ কি বস্তু কিনিলো গতিকে যত কোনো ACCOUNTS ৰ কামত ITEMS ৰ উল্লেখ কৰা নহয় সেই ACCOUNTING ক ACCOUNTS ONLY  বুলি কোৱা হয় । 


*********************************************************************
এতিয়া আমি আলোচনা কৰিম ACCOUNTS WITH INVENTORY কাক কয় আৰু কেতিয়া ব্য়ৱহাৰ হয়।  
2/ ACCOUNTS WITH INVENTORY ধৰিলো আমি কোনো এটা কোম্পানীৰ পৰা 100000 টকাৰ এটা মটৰ চাইকেল কিনিলো । আৰু ইয়াক ACCOUNTS WITH INVENTORY বুলি কোৱা হয় । কাৰন ইয়াত  কোম্পানীৰ পৰা কি বস্তু কিমান দামত কিনা হৈছে সেইটো উল্লেখ আছে ।


***********************************************************************************
 


Post a Comment

0 Comments