Header Ads Widget

Responsive Advertisement

Ticker

10/recent/ticker-posts

GST মানে কি????🤔🤔🤔🤔

WHAT IS GST? 🤔

 GST কি🤔

 

👇


👉GST কি ইয়াৰ বিষয়ে আমি এই পোষ্টত সকলো ভালদৰে প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰিম ।প্ৰথমতে জানিলও যে আমাৰ ভাৰত চৰকাৰে 1-JULY 2017 চনত GST আৰম্ভ কৰিছিল ভাৰতত ।ইয়াৰ আগত আছিল VAT যাৰ সম্পূৰ্ণ নাম হৈছে   VELUE  ADDED TAX  কিন্তু বৰ্তমান VAT টো বন্ধ হৈ গৈছে যাৰ বাবে আমি VAT ৰ বিষয়ে সিমান আলোচনা নকৰো যিহেতো আমি GST ৰ বিষয়ে আলোচনা কৰিবলৈ আহিছো গতিকে সময় নষ্ট নকৰি মূল আলোচনালৈ আহো ।

 👇

DEFINITION OF GST

GST ৰ সংজ্ঞা

👇

👉GST ৰ সম্পূৰ্ণ অৰ্থ  হল Goods & Service Tax

যত goods মানে হল বস্তু আৰু service মানে হল পৰিষেৱা/সেৱা । অৰ্থত্ আমাৰ ভাৰত চৰকাৰে যিকোনো ধৰনৰ বস্তু ,মাল,সেৱা বা পৰিষেৱাৰ ওপৰত যি কৰ বা tax ৰ জাড়ি কৰি দিছে তাকে GST বুলি কয় ।

👇👇👇👇

 পৰৱৰ্তী পোষ্ট ত আমি জানিম যে চৰকাৰক GST কিয় দিব লাগে আৰু কেতিয়া দিব লাগে আৰু কিমান দিব লাগে আৰু কেনেকৈ দিব লাগে আৰু কিহৰ ওপৰত দিব লাগে  ।


 

 


Post a Comment

0 Comments