Header Ads Widget

Responsive Advertisement

Ticker

10/recent/ticker-posts

TYPES OF BUSINESS ব্যৱসায় কিমান প্ৰকাৰ ?👪NATURE OF BUSINESS

👉TYPES OF BUSINESS 👈

👇ব্যৱসায় কিমান প্ৰকাৰ ?👪👇

প্ৰথমতে আমি জানিলোও যে ব্যৱসায় কিমান প্ৰকাৰ হব পাৰে । আচলতে ব্যৱসায় দুই প্ৰকাৰৰ হয় ।  NATURE OF BUSINESS👇

👉

BUSINESS FOR SERVICE PROVIDING: ত যিকোনো সেৱা আদান-প্ৰদান কৰা হয় । যেনে Mobile Recharge,Telephone Recharge,Item Repairing,Restaurant Charge,Hotel Charge আদি সেৱাত কোনো মাল বা বস্তুৰ আদান প্ৰদান বা কিনা বেছা  নহয় যাৰ বাবে এই সকলোবোৰ সেৱাত কেৱল SERVICE PROVIDE কৰা হয় । 👇

BUSINESS FOR PURCHASE AND SALES OF PRODUCT/GOODS: ত যিকোনো ধৰনৰ মাল বা বস্তু কিনা বেছা কৰা হয় ।যেনে ELECTRONICS  বস্তু TV,MOBILE,FRIDGE,LAPTOP,DESKTOP,AC, আৰু MEDICINE আদি বস্তু কিনা বেছা কৰা হয় আৰু আমি মনাফা লাভ কৰিবলৈ সক্ষম হও ।👇

য়াত আমি আলোচনা কৰিলো BUSINESS ৰ বিষয়ে যে BUSINESS  কিমান প্ৰকাৰ আৰু কি কি । আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে Comment কৰিব পাৰে ।🙏






Post a Comment

0 Comments